1/8
আল-কোৰআন অসমীয়া screenshot 0
আল-কোৰআন অসমীয়া screenshot 1
আল-কোৰআন অসমীয়া screenshot 2
আল-কোৰআন অসমীয়া screenshot 3
আল-কোৰআন অসমীয়া screenshot 4
আল-কোৰআন অসমীয়া screenshot 5
আল-কোৰআন অসমীয়া screenshot 6
আল-কোৰআন অসমীয়া screenshot 7
আল-কোৰআন অসমীয়া Icon

আল-কোৰআন অসমীয়া

Islam House
Trustable Ranking Icon인증완료
1K+다운로드
4.5MB크기
Android Version Icon4.4 - 4.4.4+
안드로이드 버전
2.2(09-07-2021)최신 버전
-
(0 리뷰)
Age ratingPEGI-3
다운로드
세부 정보리뷰버전정보
1/8

আল-কোৰআন অসমীয়া의 설명

আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ


পোন প্ৰথমেই আল্লাহৰ চুকৰীয়া আদায় কৰিতোঁ, আলহামদুলিল্লাহতোঁ, আলিল্লা অসংখ্য অগণন প্ৰশংসা একমাত্ৰ তেওঁৰেই; তেৱেঁই আমাক সৰ্বোৎকৃষ্ট গ্ৰন্থ, মানৱজাতিৰ হিদায়তৰ মূল পুথি আল-কোৰআন অসমীয়ালৈ অনুবাদ কৰাৰ আৰু মানুহৰ মাজত পৌঁচাই দিয়াৰ তাওফীক দান কৰিছে. এই কথা নিশ্চিত যে, অনুবাদ কেতিয়াও মেূল গ্ৰন্থৰ সমপৰ।মপৰ্যাচিতযে আনহাতে হুবহু অনুবাদ কৰাও সম্ভৱ নহয়। তথাপিও আমি যৎপৰোনাস্তি প্ৰতিটো শবেদৰ অৰ্থ অনুটদত নুধত িবাদত ি অনুবাদ কৰোঁতে কেৱল ভাৱাৰ্থৰ অনুবাদ অথবা কেৱল শাব্দিক অনুবাদ কৰা নাই, বৰং দুয়োটাই একেলগে ৰখাৰ চেষ্টা কৰিছোঁ.

কোৰআনৰ এই অনুবাদখন পাঠক সমাজলৈ সহজে উপস্থাপন কৰিব পৰাকৈ ভাই মতিউৰ ৰহমান চাহাবৰ আপ্ৰাণ প্ৰচেষ্টাত এই এপ্লিকেচনৰ ডেভ্লপমেন্ট প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিছে. লগতে ভাই ইমৰাণ আলি চাহাবৰ যথেষ্ট মেহনততেটট নাটট ৱিঅছতিঅছতিটবছতেঅছৰাণ আমি সেই ৱেবছাইটক ইয়াত সংযুক্ত কৰিছোঁ। আল্লাহে তেওঁলোক দুয়োকে উত্তম প্ৰতিদান দিয়ক। লগতে মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা কবুল কৰি নাজাতৰ মিয়ক।ধ্যম বনাই (আমীন)

এপ্পটোত বৰ্তমান নিম্নলিখিত ফিচাৰসমূহ সংযুক্ত কৰা হৈছে।

* আল-কোৰআনুল কাৰীমৰ আৰবী আয়াত আৰু অসমীয়া অনুবাদ।নুবাদ।নুবাদ দিযৰ

* কপি, শ্বেয়াৰ আৰু পছন্দনীয় তালিকা প্ৰস্তুত কৰাৰ হটন স। কটন সতবটন সৰ

* আৰবী আৰু অসমীয়াৰ বেলেগ বেলেগ ফন্ট সংযুক্ত কৰা হৈছে।

* ফন্ট ছাইজ কম বেছি কৰাৰ সুবিধা দিয়া হৈছে।

* নাইট মোড অপচন দিয়া হৈছে।

* অকল অসমীয়া অনুবাদ পঢ়াৰ সুবিধা সন্নিবিষ্ট কৰা হৈছে।

* আমাৰ অনলাইন ৱেবছাইটবোৰৰ লিংক দিয়া হৈছে, যিবোৰপিপরিপেধৰতিঢল়িবিতি


আলহামদুলিল্লাহ্, আল্লাহেই আমাক তেওঁৰ দ্বীনৰ বৃহৎ কৰ্মৰ এটি ক্ষুদ্র অংশত সম্পৃক্ত হোৱাৰ তাওফীক দান কৰিছে.

আমি আশা কৰোঁ আৰু বিশ্বাস কৰোঁ, যিসকলে প্রকৃতপক্ষে দ্বীনক ভালপায়, তথা আল্লাহ্ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ কথাক নিজে আমল আৰু অনুসৰণ কৰাৰ লগতে আনৰ ওচৰলৈ পৌঁচাই দিব বিচাৰে, তেওঁলোকে আমাৰ এই ক্ষুদ্র কার্যক্রমত নিজকে সম্পৃক্ত কৰিব ইন-শ্বা-আল্লাহ.

অৱশেষত আল্লাহৰ ওচৰত দুআ কৰোঁ তেওঁ যেন আমাৰ সকলো ভুল ত্রুটি ক্ষমা কৰে আৰু আমাৰ এই ক্ষুদ্র প্ৰচেষ্টাক পৰকালৰ নাজাতৰ মাধ্যম হিচাপে কবুল কৰে, তথা ইয়াৰ লগত জৰিত সকলোকে জান্নাতুল ফিৰদাউছত নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে একেলগে থকাৰ তাওফীক দান কৰে, আমীন.


যিসকলে আমাক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেওঁলোকে আমাক WhatsApp에 ত যোগাযোগ কৰিব পাৰে অথবা ই-মেইলৰ জৰিয়তে যোগাযোগ কৰিব পাৰে.


ইতি

অনুবাদকঃ আল-কোৰআন অসমীয়া

ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান

বলোগড়া, খাৰুপেটীয়া, দৰং, অসম।

যোগাযোগঃ assamese@islamhouse.com

mr96356029@gmail.com

Whatsapp : 9101665226

আল-কোৰআন অসমীয়া - 버전 2.2

(09-07-2021)
다른 버전들
뭐가 새롭나এপ্পটোত বৰ্তমান নিম্নলিখিত ফিচাৰসমূহ সংযুক্ত কৰা হৈছে।* আল-কোৰআনুল কাৰীমৰ আৰবী আয়াত আৰু অসমীয়া অনুবাদ দিয়া হৈছে।* কপি, শ্বেয়াৰ আৰু পছন্দনীয় তালিকা প্ৰস্তুত কৰাৰ বটন সংযুক্ত কৰা হৈছে।* আৰবী আৰু অসমীয়াৰ বেলেগ বেলেগ ফন্ট সংযুক্ত কৰা হৈছে।* ফন্ট ছাইজ কম বেছি কৰাৰ সুবিধা দিয়া হৈছে।* নাইট মোড, তিলাৱাত মোড, তাফছীৰ মোড অপচন দিয়া হৈছে।* অকল অসমীয়া অনুবাদ পঢ়াৰ সুবিধা সন্নিবিষ্ট কৰা হৈছে।* আমাৰ অনলাইন ৱেবছাইটবোৰৰ লিংক দিয়া হৈছে, যিবোৰত ক্লিক কৰি সবিশেষ পঢ়িব পাৰিব।

아직 평가나 리뷰가 없습니다! 첫 번째로 남겨 보세요

-
0 Reviews
5
4
3
2
1

আল-কোৰআন অসমীয়া - APK 정보

APK 버전: 2.2패키지: com.app.islamic.quran.as
안드로이드 호환: 4.4 - 4.4.4+ (KitKat)
개발자:Islam House권한:5
이름: আল-কোৰআন অসমীয়া크기: 4.5 MB다운로드: 10버전 : 2.2출시 날짜: 2024-05-31 03:55:25최소 스크린: SMALL지원되는 CPU:
패키지 ID: com.app.islamic.quran.asSHA1 서명: 57:AE:B5:9E:BD:3E:FF:32:AC:86:78:43:81:C9:16:4C:B5:16:F0:48개발자 (CN): Matiur Rahman단체 (O): 로컬 (L): Kolkata나라 (C): 91주/시 (ST): West Bengal패키지 ID: com.app.islamic.quran.asSHA1 서명: 57:AE:B5:9E:BD:3E:FF:32:AC:86:78:43:81:C9:16:4C:B5:16:F0:48개발자 (CN): Matiur Rahman단체 (O): 로컬 (L): Kolkata나라 (C): 91주/시 (ST): West Bengal

আল-কোৰআন অসমীয়া의 최신 버전

2.2Trust Icon Versions
9/7/2021
10 다운로드4.5 MB 크기
다운로드

다른 버전들

2.1Trust Icon Versions
15/6/2021
10 다운로드4.5 MB 크기
다운로드
2.0Trust Icon Versions
9/12/2020
10 다운로드4.5 MB 크기
다운로드
1.8Trust Icon Versions
4/12/2020
10 다운로드6.5 MB 크기
다운로드
1.6Trust Icon Versions
27/6/2017
10 다운로드4 MB 크기
다운로드
appcoins-gift
AppCoins 게임더 많은 보상을 받으세요!
더 보기
Super Sus
Super Sus icon
다운로드
Legend of Mushroom
Legend of Mushroom icon
다운로드
SSV XTrem
SSV XTrem icon
다운로드
Eternal Evolution
Eternal Evolution icon
다운로드
Bomba Ya!
Bomba Ya! icon
다운로드
Omniheroes
Omniheroes icon
다운로드
異世界美食記
異世界美食記 icon
다운로드